আউসীৰ জোন
দ্বিতীয় খণ্ড
পাচ বছৰৰ আগৰ কথাৰে………
কলেজত নতুনকৈ এডম্যিচন আৰম্ভ হৈছে । অঞ্জলি বি:এ: ফাষ্ট ইয়েৰৰ ছাত্ৰী । কলেজৰ প্ৰথম দিন । নিজৰ ৰুম চিনি নাপাই উপায়ন্তৰ হৈ তাই ঘূৰি ফুৰিছে । কাৰোবাক সুধিবলৈ তাইৰ সাহস নাই । বেছি কথা বতৰা নপতা ছোৱালী অঞ্জলী । তাই গৈ গৈ কেণ্টিনৰ ওচৰ পালেগৈ আৰু থমকি ৰল । ঠিক সেই সময়তে চিনিয়ৰ লৰা অম্লান আৰু জয়ন্ত আহিল । অঞ্জলীৰ চন্দ্ৰমাৰ দৰে উজ্বল মুখখন দেখি জয়ন্ত মোহিত হৈ পৰিল । জয়ন্ত বৰ অঘাইটং লৰাটো । সি তাইৰ ওচৰলৈ আহি প্ৰশ্ন কৰিলে : তুমি নতুনকৈ আহিছা ?
তাই ভয়ে ভয়ে উত্তৰ দিলে : হয় । ৰুমটো বিচাৰি পোৱা নাই ।
: কোন ইয়েৰৰ তুমি ? হায়াৰ চেকেণ্ডেৰী নে বি:এ:?
: বি:এ: ফাষ্ট ইয়েৰ ।
: তুমি আগলৈ গৈ সোফালে সোমাই তিনি নম্নৰৰ ৰুমটোতে সোমাবা সেইটোৱেই বি:এ: ফাষ্টইয়েৰৰ ৰুম।
: ঠেঙ্ক ইউ ।
সিহতৰ কথামতে অঞ্জলী সেই ৰুমটো পালেগে আৰু বহি থাকিল । কিছু সময়ৰ পাছত এগৰাকী অধ্যাপিকা আহিল আৰু ৰেজিষ্টাৰখন মেলি এজন এজনকৈ ছাত্ৰ ছাত্ৰীবোৰৰ নামৰ লগতে ৰোল নাম্বাৰবোৰ কৈ গল । কিন্তু অঞ্জলীৰ নামটো নোলালে । তাই ভয়ে ভয়ে ঠিয় হৈ কলে : মোৰ ৰোল নম্বৰটো কব নেকি ? মোৰ নাম অঞ্জলী পেগু । কিন্তু অঞ্জলী পেগু নামৰ কোনো ছাত্ৰীৰে নাম ৰেজিষ্টাৰত এণ্ট্ৰী নাছিল । অঞ্জলীক অধ্যাপিকা গৰাকীয়ে কোন ইয়েৰৰ ষ্টুডেণ্ট প্ৰশ্ন কৰিলত তাই বি:এ: ফাষ্ট ইয়েৰ বুলি কলে । সকলো ছাত্ৰ ছাত্ৰীয়ে গিৰ্জনী মাৰি হাঁহি উঠিল । তাই পকা সুমথিৰা যেন মুখখন লাজতে ৰঙা পৰি গল । অধ্যাপিকা গৰাকীয়ে কলে যে সেইটো হায়াৰ চেকেণ্ডাৰী ফাষ্ট ইয়েৰৰ ৰুম । বি:এ: ফাষ্ট ইয়েৰৰ ৰুম চেকেণ্ড ফ্ল'ৰত আছে । তাই ইমানেই সহজ ছোৱালী আছিল যে তাই ক্লাছৰুমৰ ওপৰলৈও নাচালে যত লিখা আছিল H. S 1st yera বুলি ।
লাাজে অপমানে তাই তাৰ পৰা ওলাই আহিল আৰু উচুপি উচুপি বহি থাকিল । জয়ন্ত সেইফালে আহিয়েই তাইক দেখিলে । সি তাইৰ ওচৰলৈ আহিলে আৰু কলে I am sorry. আমি তোমাৰ লগত অলপ ধেমালি কৰিছিলো , বেয়া নাপাবা ।
কেনেকৈ !
: কেনেকৈ আপোনালোকে এনেদৰে এজনী ছোৱালীৰ সৰলতাৰ লাভ উঠাব পাৰে । চি চি মোৰ লাজ লাগিছে নিজৰ ওপৰতেই । এইখিনি কথা কৈয়েই অঞ্জলী কলেজৰ পৰা গুছি আহিল ।
আগলৈ…………

No comments:
Post a Comment